প্ৰহৰীদুৰ্গ No. ২ ২০২০ | ঈশ্বৰৰ ৰাজ্য কি হয়?

বহু বছৰৰ পৰা লোকসকলে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি আছে এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলত দিয়া আছে

লাখ লাখ লোকৰ প্ৰাৰ্থনা—“তোমাৰ ৰাজ্য আহক”

এই প্ৰাৰ্থনাৰ অৰ্থ জানিবলৈ ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত কি কি প্ৰশ্নৰ উত্তৰ জানিব লাগিব?

আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন আছে?

অসিদ্ধ মানুহে শাসন কৰিলে সমস্যাবোৰ নিশ্চয় আহিব।

ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন?

ঈশ্বৰৰ ৰাজ্যৰ ৰজাক কেনেকৈ চিনাক্ত কৰিব পাৰি, তাৰ বিষয়ে বাইবেলৰ কিছুমান লেখকে কিছুমান কথা উল্লেখ কৰিছে। মানৱীয় ইতিহাসত যদি চাওঁ, তেনেহʼলে এই সকলো কথা এজন ব্যক্তিৰ ওপৰত পূৰ হৈছে।

এই ৰাজ্যই পৃথিৱীত শাসন কৰিবলৈ কেতিয়া আৰম্ভ কৰিব?

যীচুৰ কিছুমান বিশ্বাসী শিষ্যসকলেও এই বিষয়ে জানিব বিচাৰিছিল। তেওঁ কেনেকৈ তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিলে?

ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

যীচুৱে জানিছিল যে কেৱল ঈশ্বৰৰ ৰাজ্যইহে সকলো দুষ্টতা শেষ কৰিব পাৰিব। আমাৰ বিশ্বাস বঢ়াবলৈ ঈশ্বৰৰ ৰাজ্যই এতিয়ালৈকে কি কৰিছে?

এতিয়াৰে পৰা ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰক!

ঈশ্বৰৰ ৰাজ্যক বিচাৰিবলৈ যীচুৱে নিজৰ শিষ্যসকলক উৎসাহিত কৰিছিল। আপুনিও কেনেকৈ ঈশ্বৰৰ ৰাজ্যক বিচাৰিব পাৰে?

ঈশ্বৰৰ ৰাজ্য কি হয়?

বহুতো লোকে ঈশ্বৰৰ ৰাজ্য আহিবলৈ প্ৰাৰ্থনা কৰে। কিন্তু আপুনি কেতিয়াবা চিন্তা কৰিছেনে ঈশ্বৰৰ ৰাজ্য কি আৰু এয়া কি কৰিব?