‘যিহোৱাত আনন্দিত হওক’
গীতমালা ৩২:১১
ৰাতিপুৱা
-
৯:৪০ সংগীত
-
৯:৫০ গীতৰ সংখ্যা ৯ আৰু প্ৰাৰ্থনা
-
১০:০০ “যিহোৱাত আনন্দিত হৈ উল্লাস কৰা”
-
১০:১৫ কঠিন পৰিস্থিতিতো আনন্দ লাভ কৰিব
-
১০:৩০ আপোনাৰ সেৱা কাৰ্য্য “আনন্দেৰে” কৰক
-
১০:৫৫ গীতৰ সংখ্যা ৭৬ আৰু ঘোষণা
-
১১:০৫ আপোনাৰ হৃদয় “ভাৰগ্ৰস্ত” হʼবলৈ নিদিব
-
১১:৩৫ সমৰ্পণৰ ভাষণ
-
১২:০৫ গীতৰ সংখ্যা ৫১
আবেলি
-
১:২০ সংগীত
-
১:৩০ গীতৰ সংখ্যা ১১১
-
১:৩৫ অনুভৱ
-
১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ
-
২:১৫ পৰিচৰ্চ্চা: যিহোৱাই আমাক আনন্দিত কৰে
-
• শিষ্য বনোৱা কাম কৰিলে
-
• সংগী ভাই-ভনীসকলক সহায় আগবঢ়ালে
-
• পৰীক্ষাৰ সময়ত ধৈৰ্য্য ধৰিলে
-
-
৩:০০ গীতৰ সংখ্যা ২ আৰু ঘোষণা
-
৩:১০ যিহোৱাক আপুনি প্ৰথম স্থান দি থাকক
-
৩:৫৫ গীতৰ সংখ্যা ৭ আৰু প্ৰাৰ্থনা