Skip to content

Skip to table of contents

পাঠ ৪

পাঠ ৪

বৰষুণৰ দিন।

“মই ঘৰৰ ভিতৰত আবদ্ধ।

বৰষুণ নৰয় কিয়?”

ৰিম্পীয়ে চিয়ঁৰিলে।

কিন্তু হঠাতে, ৰʼদ ওলাল।

বৰষুণ এৰিল।

ৰিম্পীয়ে হাঁহিলে!

আনন্দত ৰিম্পীয়ে বাহিৰলৈ দৌৰি গʼল, এক দৃশ্য দেখি তাই অবাক হʼল।

ৰিম্পীয়ে কʼলে, “ঈশ্বৰে দিয়া বৰষুণৰ পানীৰ সহায়ত ফুলবোৰ গজে বুলি, মই জনা নাছিলোঁ!”

কাৰ্য্য

আপোনাৰ সন্তানক পঢ়ি শুনাওক:

পাঁচনিৰ কৰ্ম্ম ১৪:১৭

আপোনাৰ সন্তানক দেখুৱাবলৈ কওক:

খিৰিকী চৰাই ৰিম্পী

গছ ফুল

লুকাই থকা বস্তুবোৰ বিচাৰিবলৈ কওক।

বল উৰাজাহাজ

আপোনাৰ সন্তানক সুধক:

যিহোৱা ঈশ্বৰে কিয় বৰষুণ দিয়াৰ ব্যৱস্থা কৰিলে?