২০১৯-২০২০ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত

আপোনাৰ এলেকাত হোৱা যিহোৱাৰ সাক্ষীসকলৰ শাখা সন্মিলনত, কাৰ্য্যক্ৰমত উল্লেখ থকা বিষয়বোৰ চাওক। এই সন্মিলনৰ বিষয় হৈছে, “প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে।”

“প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে”

এই কাৰ্য্যক্ৰমে বৰ্ণনা কৰিব যে প্ৰেম কেনেকৈ জ্ঞানতকৈ উত্তম আৰু আমি সকলো কৰ্ম্ম কেনেকৈ প্ৰেমেৰে কৰিব পাৰোঁ।

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ কাৰ্য্যক্ৰম হৈ থকাৰ সময়ত দিয়া হ’ব।