২০২০ চনৰ অধিৱেশনৰ কাৰ্য্যক্ৰম

২০২০ চনৰ যিহোৱাৰ সাক্ষীসকলৰ “সদায় আনন্দ কৰা”! অধিৱেশনৰ কাৰ্য্যক্ৰম।

শুক্ৰবাৰ

শুক্ৰবাৰৰ কাৰ্য্যক্ৰম ফিলিপীয়া ৪:৪ পদৰ ওপৰত আধাৰিত​—“প্ৰভুত সদায় আনন্দ কৰা; পুনৰায় কওঁ, আনন্দ কৰা।”

শনিবাৰ

শনিবাৰৰ কাৰ্য্যক্ৰম গীতমালা ১০৫:৩ পদৰ ওপৰত আধাৰিত​—“তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচাৰোঁতাবিলাকৰ চিত্তে আনন্দ কৰক।”

দেওবাৰ

দেওবাৰৰ কাৰ্য্যক্ৰম গীতমালা ৩৭:৪ পদৰ ওপৰত আধাৰিত​—“যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব।”

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সহায়জনক সূচনা।