আপোনাৰ বিশ্বাস দৃঢ় কৰক!
ৰাতিপুৱা
-
৯:৪০ সংগীত
-
৯:৫০ গীতৰ সংখ্যা ১১৯ আৰু প্ৰাৰ্থনা
-
১০:০০ বৰ্তমান সময়ত নিজৰ বিশ্বাস কিয় দৃঢ় কৰাৰ প্ৰয়োজন?
-
১০:১৫ আপুনি “অদৃশ্য জনাক” দেখা পাইছেনে?
-
১০:৩০ “শ্ৰৱণৰ দ্বাৰাই বিশ্বাস”
-
১০:৫৫ গীতৰ সংখ্যা ১০৪ আৰু ঘোষণা
-
১১:০৫ “বিশ্বাস . . . আত্মাৰ ফল”
-
১১:৩৫ সমৰ্পণৰ ভাষণ
-
১২:০৫ গীতৰ সংখ্যা ৫০
আবেলি
-
১:২০ সংগীত
-
১:৩০ গীতৰ সংখ্যা ৩
-
১:৩৫ অনুভৱ
-
১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ
-
২:১৫ পৰিচৰ্চ্চা: বিশ্বাস দৃঢ় কৰিবলৈ আনক সহায় কৰক
-
• কিশোৰ-কিশোৰীসকলক
-
• বাইবেল বিদ্যাৰ্থীসকলক
-
• খ্ৰীষ্টান ভাই-ভনীসকলক
-
-
৩:০০ গীতৰ সংখ্যা ৩৮ আৰু ঘোষণা
-
৩:১০ ‘আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তালৈ চাই থাকক’
-
৩:৫৫ গীতৰ সংখ্যা ১২৬ আৰু প্ৰাৰ্থনা