“তোমালোকৰ আচাৰ-ব্যৱহাৰ খ্ৰীষ্টৰ শুভবাৰ্তাৰ অনুসৰি হওক”
ৰাতিপুৱা
-
৯:৪০ সংগীত
-
৯:৫০ গীত নং ৩৫ আৰু প্ৰাৰ্থনা
-
১০:০০ শুভবাৰ্তাই আপোনাক কেনেকৈ সলনি কৰি আছে?
-
১০:১৫ পৰিচৰ্চ্চা: শুভবাৰ্তাই তেওঁলোকৰ জীৱনত কি প্ৰভাৱ পেলালে
-
• স্তিফান
-
• ফিলিপ
-
• আক্কিলা আৰু প্ৰিষ্কিলা
-
• তীত
-
-
১১:০৫ গীত নং ৭৬ আৰু ঘোষণা
-
১১:১৫ ঈশ্বৰৰ ভক্তিৰ কাম কৰি থাকক
-
১১:৩৫ বাপ্তিষ্মা: সদায় ‘শুভবাৰ্তাৰ অধীনত থাকক’
-
১২:০৫ গীত নং ৩৭
আবেলি
-
১:২০ সংগীত
-
১:৩০ গীত নং ৫৬ আৰু প্ৰাৰ্থনা
-
১:৩৫ জনসাধাৰণৰ বাবে ভাষণ: আপুনি যি বিশ্বাস কৰে, সেয়া কিয় বিশ্বাস কৰে?
-
২:০৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ
-
২:৩৫ গীত নং ২৪ আৰু ঘোষণা
-
২:৪৫ পৰিচৰ্চ্চা: “আমি ঈশ্বৰৰ পৰিচাৰক বুলি . . . ”
-
• ধৈৰ্য্যৰ দ্বাৰা দেখুৱাওঁ
-
• দয়াৰ দ্বাৰা দেখুৱাওঁ
-
• বিশ্বাসী হৈ দেখুৱাওঁ
-
-
৩:৩০ আপোনাক কেনেকৈ প্ৰশিক্ষণ দিয়া হৈছে?
-
৪:০০ গীত নং ২৯ আৰু প্ৰাৰ্থনা