এপ্ৰিল ২৭–মে ৩
আদিপুস্তক ৩৪-৩৫
গীত ২৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“কুসংগতিৰ দুখজনক পৰিণাম”: (১০ মি.)
আদি ৩৪:১—দীনাই কনান দেশৰ জীয়াৰীহঁতৰ লগত সংগতি কৰিছিল। (w৯৭-HI ২/১ ৩০ ¶৪)
আদি ৩৪:২—চিখিমে দীনাক ভ্ৰষ্ট কৰিলে। (lv ১১৯ ¶১৪)
আদি ৩৪:৭, ২৫—চিমিয়োন আৰু লেবীয়ে চিখিম আৰু সেই নগৰৰ সকলো পুৰুষক বধ কৰিলে (w১০-HI ১/১ ১১ ¶১-২)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৩৫:৮—দবোৰা কোন আছিল আৰু তাইৰপৰা আমি কি শিকিব পাৰোঁ? (it-১-E ৬০০ ¶৪)
আদি ৩৫:২২-২৬—আমি কেনেকৈ জানিব পাৰোঁ যে মচীহৰ পূৰ্ব্বপুৰুষ হʼবলৈ জ্যেষ্ঠীধিকাৰ হোৱাৰ প্ৰয়োজন নাছিল? (w১৭.১২-HI ১৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ৩৪:১-১৯ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: আভায়ে হৃদয় স্পৰ্শ কৰিবলৈ কি কৰিলে? বাইবেলে শিকায় নামৰ কিতাপখনৰপৰা আমি কেনেকৈ বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰোঁ?
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১৩)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) ভাল খবৰ পাঠ ৪ ¶৬-৭ (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৪০
“ইতৰ দেৱতাবোৰ দূৰ কৰা”: (১৫ মি.) আলোচনা। “চয়তানক প্ৰতিৰোধ কৰক” নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৯ ¶১৭-২৩
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১৪৫ আৰু প্ৰাৰ্থনা