ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক
কালেবে শক্তিশালী শত্ৰুসকলক দূৰ কৰি নিজৰ উত্তৰাধিকাৰক ৰক্ষা কৰিলে (যিহো ১৫:১৪; it–১–E ১০৮৩ ¶৩)
কিছুমান ইস্ৰায়েলীয়ে উত্তৰাধিকাৰত পোৱা মাটিক মিছা উপাসকসকলৰপৰা ৰক্ষা কৰা নাছিল (যিহো ১৬:১০; it–১–E ৮৪৮)
নিজৰ উত্তৰাধিকাৰক ৰক্ষা কৰিব বিচৰা লোকসকলক যিহোৱাই সহায় কৰিছিল (দ্বিতী ২০:১-৪; যিহো ১৭:১৭, ১৮; it–১–E ৪০২ ¶৩)
যিহোৱাই আমাক উত্তৰাধিকাৰ হিচাপে অনন্ত জীৱন দিবলৈ প্ৰতিজ্ঞা কৰিছে। আমি বাইবেল অধ্যয়ন, প্ৰাৰ্থনা, প্ৰচাৰ আৰু সভাত উপস্থিত হোৱাৰ যোগেদি নিজকে মজবুত কৰিব পাৰোঁ। এইদৰে কৰিলে আমি নিজৰ উত্তৰাধিকাৰক ৰক্ষা কৰিব পাৰিম।
নিজকে সোধক, ‘নিজৰ উত্তৰাধিকাৰক ৰক্ষা কৰিবলৈ মই কি কৰিছোঁ?’