ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক
মৰ্দখয় যিহোৱাৰ বিশ্বাসী আৰু বহুত সাহসী আছিল (ইষ্টে ৩:২-৪; it-২-E ৪৩১ ¶৭)
ইষ্টেৰে লোকসকলক কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে মৰ্দখয়ে তেওঁক বুজালে (ইষ্টে ৪:৭, ৮; it-২-E ৪৩১ ¶৯)
ইষ্টেৰক সাহসী হৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ তেওঁ উৎসাহিত কৰিলে (ইষ্টে ৪:১২-১৪; ia-HI ১৩৩ ¶২২-২৩)
নিজকে সোধক, ‘যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ ভাই-ভনীসকলক মই মোৰ কথা আৰু কামৰে সহায় কৰোঁ নে?’