জুলাই ১৯-২৫
দ্বিতীয় বিবৰণ ১৬-১৮
গীত ১১৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“সঠিক ন্যায় কৰাৰ সিদ্ধান্ত”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
দ্বিতী ১৭:৭—এজন দোষী সাব্যস্থ কৰা ব্যক্তিজনক প্ৰথমে সাক্ষীয়ে কিয় শিল দলিয়াই মাৰিছিল? (it–১–E ৭৮৭)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) দ্বিতী ১৬:৯-২২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত ব্যক্তিজনে উল্লেখ কৰা বিষয়ৰ অনুসৰি এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ৩)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ৪)
ভাষণ: (৫ মি.) it–১–E ৫১৯ ¶৪—বিষয়: খ্ৰীষ্টান মণ্ডলীত বিচাৰক থাকেনে? (শিক্ষা অধ্যায় ১৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপুনি নিয়মিত অগ্ৰগামী হিচাপে সেৱা কৰিব বিচাৰেনে?: (১০ মি.) প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। এই ভাগ জুলাই, ২০১৬ জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকা (হিন্দী) লেখৰ ওপৰত আধাৰিত: “আপুনি এবছৰৰ বাবে চেষ্টা কৰিব বিচাৰেনে?” আৰু “নিয়মিত অগ্ৰগামী সেৱকসকলৰ বাবে তালিকা।” যিহোৱাই প্ৰচাৰ কৰিবলৈ সহায় কৰে নামৰ ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৩১ আৰু প্ৰাৰ্থনা