মাৰ্চ ২২-২৩
মথি ২২-২৩
গীত ৫১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“দুটা প্ৰধান আজ্ঞা পালন কৰক”: (১০ মি.)
মথি ২২:৩৬-৩৮—প্ৰধান আৰু প্ৰথম আজ্ঞা পালন কৰাত কি কি জড়িত আছে, তাৰ বিষয়ে এই পদবোৰে কি বৰ্ণনা কৰিছে? (“হৃদয়,” “প্ৰাণ,” “চিত্ত” মথি ২২:৩৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ২২:৩৯—মোচিৰ নিয়মত উল্লেখ কৰা দ্বিতীয় আজ্ঞাটো কি? (“দ্বিতীয়টো,” “চুবুৰীয়া” মথি ২২:৩৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ২২:৪০—গোটেই হীব্ৰু শাস্ত্ৰপদ প্ৰেমৰ ওপৰত আধাৰিত (“গোটেই বিধান আৰু ভাববাদীসকলৰ,” “ওলমি আছে” মথি ২২:৪০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মথি ২২:২১—“কৈচৰক” আৰু “ঈশ্বৰক” কি কি দিয়া উচিত? (“যি কৈচৰৰ, তাক কৈচৰক দিয়া,” “যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া” মথি ২২:২১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মথি ২৩:২৪—এই পদৰ যোগেদি যীচুৱে কি ক’ব বিচাৰিছিল? (“তোমালোকে পোক এটাকে ছাকি পেলাই, উটকে গিলাহঁক” মথি ২৩:২৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মথি ২২:১-২২
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ১৮৬-১৮৭ ¶৮-৯—পৰিচিত লোকসকলক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ কৰিবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৩৭
“ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি”: (১৫ মি.) আলোচনা। বাইবেল পঢ়াৰ সময়ত আমি আমাৰ কল্পনাশক্তি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, তাক জানিবলৈ যিহোৱাই হৈছে একমাত্ৰ সত্য ঈশ্বৰ—এক আভাস নামৰ নাটকৰ আকাৰত বাইবেল পঢ়া অডিঅ’খন চলাওক। শ্ৰোতাসকলে নিজৰ বাইবেলত ১ ৰাজাৱলি ১৮:১৭-৪৬ চাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৪ ¶১-২
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৫ আৰু প্ৰাৰ্থনা