খ্ৰীষ্টান হিচাপে জীৱন-যাপন
এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত
এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত নামৰ ভিডিঅ’খন চাওক আৰু মথি ২৪:৩৪ পদৰ ওপৰত আধাৰিত এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ক।
-
“এই সকলো” বুলিলে কি বুজায়?
-
যাত্ৰাপুস্তক ১:৬ পদে আমাক ‘এই কাল’ শব্দটোৰ সঠিক অৰ্থ জানিবলৈ কেনেকৈ সহায় কৰে?
-
এই কাল বুলি কওঁতে, যীচুৱে বিশেষকৈ কোনটো সময়ৰ বিষয়ে কৈছিল?
-
এই পদত উল্লেখ কৰা ‘এই কালত’ কি দুটা সমূহ জড়িত আছে?
-
যীচুৱে উল্লেখ কৰা এই বাক্যই কেনেকৈ প্ৰমাণ কৰে যে আমি শেষ-কালৰ একেবাৰে অন্তিম পৰ্য্যায়ত জীয়াই আছোঁ?