ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব
ঈশ্বৰে নিজৰ নিয়ম কেতিয়াও সলনি নকৰে। যদিও এজন ব্যক্তিয়ে ভাল উদ্দেশ্যৰে সেই নিয়ম পালন নকৰক কিয় (২চমূ ৬:৩-৫; w০৫ ৬/১ ৯ ¶৭)
উজ্জাই ঈশ্বৰৰ নিয়ম পালন নকৰিলে (২চমূ ৬:৬; w০৫ ২/১ ৩১ ¶২০)
উজ্জাই ঈশ্বৰলৈ ভয় নাৰাখিলে আৰু নিজৰ সীমা পাৰ কৰিলে। সেইবাবে, যিহোৱাই তেওঁক শাস্তি দিলে (২চমূ ৬:৭; w০৫-HI ২/১ ৩২ ¶২১)
নিজকে সোধক, ‘যিহোৱাক অসন্তুষ্ট নকৰিবলৈ মই কি কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত?’—হিতো ৩:৭